Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ধুবুৰী জিলা NSUI ৰ উদ্দ্যোগত BJP চৰকাৰ আৰু ECI ৰ ভোট চুৰিৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত

Dhubri Part, Dhubri | Aug 13, 2025
বুধবাৰে দিনৰ ১বজাত ধুবুৰী জিলা NSUI ৰ উদ্দ্যোগত BJP চৰকাৰ আৰু ECI ৰ ভোট চুৰিৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰি জোৰ সমদল উলিয়ায়। উক্ত জোৰ সমদল বিলাসী পাৰা মহাবিদ্যালয়ৰ পৰা বিলাসী পাৰা গান্ধীচকলৈ এক প্ৰতিবাদী সমদল উলিওৱা ক্ষয় । কিন্তু আধা বাটতে বিলাসী পাৰা আৰক্ষীয়ে প্ৰতিবাদ কাৰী সকলক আটক কৰি প্ৰতিবাদ কৰাত বাধা দিয়ে ।
Read More News
T & CPrivacy PolicyContact Us