Download Now Banner

This browser does not support the video element.

বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ

Balijana, Goalpara | Aug 26, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ প্ৰতিবাদ কাৰী সকলে " আমাক ভুমিৰ অধিকাৰ লাগিবই, উচ্ছেদিত পৰিয়ালক সংস্থাপন দিব লাগিবই, অমানৱীয় উচ্ছেদ বন্ধ কৰক" আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিকল্প পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৃষ্ণাইৰ পাইকানত প্রশাসনে বহু মানুহক নির্মম ভাবে উচ্ছেদেই কৰাই নহয়
Read More News
T & CPrivacy PolicyContact Us