This browser does not support the video element.
মঙলদৈ ভাগ: অৰুনোদই আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ বিৰুদ্ধে মঙলদৈত প্ৰতিবাদ,বঞ্চিত মহিলা
Mangaldoi Part, Darrang | Aug 30, 2025
অৰুনোদই আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ বিৰুদ্ধে মঙলদৈত প্ৰতিবাদ,বঞ্চিত মহিলা সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছতেই আঁচনিৰ পৰা নাম কটা গ'ল বৰ্তমানৰ দলগাওঁ সমষ্টিৰ একাংশ মহিলাৰ।পুৰ্বে মঙ্গলদৈ সমষ্টিৰ ভিতৰত আছিল এইসকল মহিলা, কিন্তু এইবাৰ সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত দলগাওঁ সমষ্টিত নাম অন্তৰ্ভুক্ত হ'ল এই সকল পৰিয়ালৰ। মঙ্গলদৈ সমষ্টিৰ ভিতৰত থাকোঁতে মহিলা সকলে অৰুনোদই আঁচনিৰ ধন পাই আহিছিল, এতিয়া দলগাওঁ সমষ্টিত নাম সোমোৱাৰ পিছত নাম কৰ্তন কৰা অভিযোগ