This browser does not support the video element.
গোৰেশ্বৰ ভাগ: কা'আইনৰ বিৰোধিতাৰে গোৰেশ্বৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল
Goreswar Part, Baksa | Aug 8, 2025
তামুলপুৰ জিলাৰ গোৰেশ্বৰত শুকুৰবাৰে নিশা ৮-৩০ মান বজাত জোৰ সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।কা আইনৰ বিৰোধিতাৰে সংগঠনটোৱে গোৰেশ্বৰৰ চ'কৰ অসম চৰকাৰৰ হায়হায় বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান দিয়ে।প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।