This browser does not support the video element.
বালিজানা: চহৰৰ ভালুকডুবীৰ নতুন আৱৰ্তভৱনত চৰকাৰী বিষয়াসকলক তলৱ কৰিছে ৰাজ্যপালৰ তদন্ত কমিটিয়ে
Balijana, Goalpara | Sep 6, 2025
চহৰৰ ভালুকডুবীৰ নতুন আৱৰ্তভৱনত চৰকাৰী বিষয়াসকলক তলৱ কৰিছে ৰাজ্যপালৰ তদন্ত কমিটিয়ে।২০১০ চনৰ পৰা ২০২৪ চন লৈকে গোৱালপাৰা জিলা কৰ্মৰত বন বিভাগৰ ডিএফঅ, আঞ্চলিক বন বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, উন্নয়ন খণ্ড বিষয়া, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা, বিদ্যুৎ বিভাগৰ কাৰ্যবাহী অভিযন্তা, কনিষ্ঠ অভিযন্তা, সমাজ কল্যাণ বিভাগৰ বিষয়া, জিলা উপায়ুক্ত সকলৰ শুনানী গ্ৰহণ কৰে।