Install App
bpranjal752
This browser does not support the video element.
নগাঁও: চামগুৰিৰ হেমাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা,চকা ফুটি ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বাগৰি পৰিল চাৰিচকীয়া বাহন,আঘাতপ্ৰাপ্ত তিনিজন
Nagaon, Nagaon | Sep 8, 2025
চামগুৰিৰ হেমাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা।চকা ফুটি ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত বাগৰি পৰিল চাৰিচকীয়া বাহন।গুৱহাটীৰ পৰা উজনি অভিমুখে গৈ পথত সংঘটিত হৈছে দুৰ্ঘটনাটো।দুৰ্ঘটনাটোত দুজন পুৰুষ সহ এগৰাকী মহিলা গুৰুত্বৰ ভাৱে আঘাত প্ৰাপ্ত হয়।ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আঘাত প্ৰাপ্ত লোক কেইজনক প্ৰেৰণ কৰে NMCH. লৈ।দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে T0825AS0196B
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!