Install App
arindram93
This browser does not support the video element.
চাবুৱা: অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা চাবুৱাৰ কস্তৰবা গান্ধী বালিকা বিদ্যালয় পৰিদৰ্শন চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ
Chabua, Dibrugarh | Sep 7, 2025
অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ হৈ চাবুৱাৰ কস্তৰবা গান্ধী বালিকা বিদ্যালয়ৰ বহু গৰাকী ছাত্ৰী অসুস্থ হৈ চিকিৎসাধীন হৈছিল। আজি ৰবিবাৰে বিয়লি ৪ বজাত বিদ্যালয় খনত উপস্থিত হৈ পৰিদৰ্শন কৰে বিধায়ক পুণাকন বৰুৱাই। বিধায়ক গৰাকীয়ে বিদ্যালয়খনৰ শেহতীয়া পৰিবেশৰ বিষয়ে বিস্তৃত ভাবে পৰ্য্যবেক্ষন কৰে। বিদ্যালয়খনৰ অস্বাস্থ্যকৰ নলা নৰ্দমা নিস্কাষন কৰাৰ ব্যৱস্থা লবলৈ নিৰ্দেশনা দিয়ে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!