Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দেৰগাঁৱৰ লঠাগাঁৱত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক অতুল চন্দ্ৰ ঠাকুৰক চৰকাৰী সন্মান প্ৰদান গোলাঘাটৰ জিলা আয়ুক্তৰ

Dergaon, Golaghat | Sep 6, 2025
দেৰগাঁৱৰ লঠাগাঁৱত অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক অতুল চন্দ্ৰ ঠাকুৰক শনিবাৰে নিশা প্ৰায় ৮ বজাত গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত উপস্থিত হৈ প্ৰদান কৰে Governor Assam Varistha Shikshak Sanman-2025। জিলা আয়ুক্তৰ লগতে দেৰগাঁও সমজিলাৰ আয়ুক্ত উপস্থিতিত গোলাঘাট জিলা প্ৰশাসনৰ এটা দল শিক্ষক গৰাকীৰ বাসগৃহত এই বিশেষ সন্মান প্ৰদান কৰে।
Read More News
T & CPrivacy PolicyContact Us