Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ধুবুৰী চিকিৎসা মহাবিদ্যালয়, চিকিৎসালয়ত Dialysis চিকিৎসাৰ বাবে অহা ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ

Dhubri Part, Dhubri | Oct 9, 2025
ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৰোগীৰ মাজত হাহাকাৰ। ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত Dialysis চিকিৎসাৰ বাবে অহা ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশৰ। দীৰ্ঘদিন ধৰি বিকল হৈ লিফট বন্ধ হৈ থকা বাবে Dialysis কৰাৰ বাবে অহা ৰোগীয়ে কদৰ্যময় শিৰি বগাই যাব লাগে দ্বিতীয় মহলাত থকা Dialysis কক্ষলৈ। ফলত শাৰীৰিক অসুস্থতা বৃদ্ধি পাইছে Dialysis ৰোগী সকলৰ
Read More News
T & CPrivacy PolicyContact Us