Download Now Banner

This browser does not support the video element.

আজাৰা: আজাৰাৰ বিভিন্ন ঠাইত প্ৰচণ্ড শিলাবৃষ্টি

Azara, Kamrup Metropolitan | Apr 11, 2024
আজাৰাৰ বিভিন্ন ঠাইত প্ৰচণ্ড শিলাবৃষ্টি । বিয়লিভাগৰ প্ৰায় ৬ বাজি ১০ মিনিটত বৰষুণ অবিহনে আজাৰাৰ বিভিন্ন স্থানত প্ৰচণ্ড শিলাবৃষ্টি হয় । আজাৰাৰ ৰাণী,বৰঝাৰ,পাছনীয়াপাৰা,বঙৰা আদি অঞ্চলত হঠাৎ আহে এই শিলাবৃষ্টি । শিলাবৃষ্টিত ফলত অঞ্চলটোৰ খেতিপথাৰ সমুহত বিস্তৰ ক্ষতিৰ সম্ভাৱণা । ব্যাহত বিদ্যুত সেৱাও ।
Read More News
T & CPrivacy PolicyContact Us