Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ নগৰত
Sibsagar, Sivasagar | Sep 9, 2025
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ নগৰত । অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিকৃতি দাহেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!