Download Now Banner

This browser does not support the video element.

নগাঁও: ধিং গেটৰ পৰা আজি জুবিন গাৰ্গৰ সন্মানত এক বিশেষ এম্বুলেন্স ৰেলি অনুষ্ঠিত স্থানীয় এম্বুলেন্স সন্থাৰ

Nagaon, Nagaon | Sep 21, 2025
নগাঁও চহৰৰ ধিং গেটৰ পৰা আজি জুবিন গাৰ্গৰ সন্মানত এক বিশেষ এম্বুলেন্স ৰেলি অনুষ্ঠিত হয়। চহৰৰ বিভিন্ন পথৰ মাজেৰে উক্ত এম্বুলেন্স ৰেলি পৰিক্ৰমা কৰে। জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰি, তেওঁৰ সংগীতময় জীৱনৰ সন্মান স্বৰূপে এই ৰেলি উলিয়াইছে স্থানীয় এম্বুলেন্স সন্তায়ে।
Read More News
T & CPrivacy PolicyContact Us