Download Now Banner

This browser does not support the video element.

মৰিগাঁও: ভূৰাগাঁও উন্নয়ন খণ্ডৰ নৱনিৰ্মিত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰে জিলা অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ে

Marigaon, Morigaon | Sep 3, 2025
ভূৰাগাঁও উন্নয়ন খণ্ডৰ নৱনিৰ্মিত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰে জিলা অভিভাৱক মন্ত্ৰী কৌশিক ৰায়।উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী, জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, তিৱা শায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা পৰিষদৰ সভানেত্ৰী প্ৰণতি কলিতা ডেকা,বিজেপি জিলা সভাপতি ৰাম প্ৰসাদ চৰকাৰ।
Read More News
T & CPrivacy PolicyContact Us