Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত ভূপেন হাজৰিকা 'সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি' অনুষ্ঠান

Dhubri Part, Dhubri | Sep 7, 2025
ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গৌৰীপুৰ পি চি ইনষ্টিটিউটত অনুষ্ঠিত হয় 'সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি' অনুষ্ঠান। প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী, আবৃত্তিকাৰ আৰু শিল্পীয়ে একেলগে আবৃত্তি কৰিলে ভূপেনদাৰ সৃষ্টি "এটি গান শেষ হ'ল" কবিতাটি।
Read More News
T & CPrivacy PolicyContact Us