Download Now Banner

This browser does not support the video element.

নগাঁও: অৱশেষত নিলম্বিত হ'ল নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞা, সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া জিলা আৰক্ষী অধীক্ষকৰ

Nagaon, Nagaon | Aug 31, 2025
অৱশেষত নিলম্বিত হ'ল নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞা। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ বহু ক'লা অধ্যায় ফাদিল হৈছিল জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদৰ্শনত। কাৰাগাৰ অধীক্ষকৰ ছত্ৰছায়াতেই ব্যৱসায় চলোৱাৰ তথ্যও আহিছিল পোহৰলৈ। জিলা আয়ুক্তই পৰিদর্শনকালত লাভ কৰা তথ্যসহ পত্ৰ প্ৰেৰণ কৰিছিল কৰ্তৃপক্ষলৈ। জিলা আয়ুক্তৰ প্ৰতিবেদনৰ ভিত্তিত অৱশেষত নিলম্বিত কৰিলে কাৰাগাৰ অধীক্ষক মুকুল ভূঞাক।
Read More News
T & CPrivacy PolicyContact Us