This browser does not support the video element.
মৰিগাঁও: মেলাআটিত বিয়লিৰ পৰা নিৰুদ্দেশ দুগৰাকী কিশোৰী, এগৰাকীৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱাৰ পিছত অন্য গৰাকীক বিচাৰি SDRF ৰ অভিযান
Marigaon, Morigaon | Sep 12, 2025
মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত মেলাআটিত বিয়লীৰ পৰা নিৰুদ্দেশ হৈ আছিল শ্যমন্তিকা পাটৰ আৰু জ্যোতিষ্ণা পাটৰ নামৰ দুগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী। বহু বিচাৰ খুচাৰ কৰি ৰাইজে জ্যোতিষ্ণা পাটৰ নামৰ ছাত্ৰী গৰাকীৰ মৃতদেহটো এটা পুখুৰীত উদ্ধাৰ কৰে। ইয়াৰ পিছতে ৰাইজে আৰক্ষীক খবৰ দিয়াৰ ঘটনাষ্ঠলিত SDRF বাহিনীৰ সৈতে উপস্থিত হয় আৰু শ্যমন্তিকা পাটৰ নামৰ কিশোৰ গৰাকীক বিচাৰি পুখুৰীটোত আৰম্ভ কৰে। বৰ্তমানলৈ কিশোৰী গৰাকীৰ কোনো সন্ধান লাভ নকৰাত অঞ্চলটোত এক চাঞ্চল্যয় বিৰাজ কৰিছে।