Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈ অসামৰিক চিকিৎসাত অগ্নি কাণ্ড,ফেন আৰু চিকিৎসা লয় খনৰ কিছু সামগ্ৰী বিনষ্ট
Mangaldoi Part, Darrang | Sep 4, 2025
মঙলদৈ অসামৰিক চিকিৎসালয়ত হঠাৎ ৰোগীৰ মাজত লাগিল হুৱা দুৱা।চিকিৎসালয় খনৰ আইচলেচন ৱাৰ্ডৰ ভিতৰত জুই লাগি এখন ফেন আৰু কিছু সামগ্ৰী নষ্ট হয়।ৰোগীৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই। অগ্নি নিৰ্বাহক বাহেনি উপস্থিত হয় জুই সোমাবলৈ সক্ষক হয়
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!