Download Now Banner

This browser does not support the video element.

গোলাঘাট: দশমী দুৱৰাৰ মৃত্যুৰ তদন্ত হব উচ্চ প্ৰয্যায়ৰ,IGP প্ৰয্যায়ৰ চলিছে আলোচনা জিলা আয়ুক্ত কাৰ্য্যালয়ত মন্তব্য আৰক্ষী অধীক্ষকৰ

Golaghat, Golaghat | Aug 23, 2025
দশমী দুৱৰাৰ মৃত্যুৰ তদন্ত হব উচ্চ প্ৰয্যায়ৰ,IGP প্ৰয্যায়ৰ চলিছে আলোচনা বুলি গোলাঘাট জিলা কাৰ্য্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি মন্তব্য গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিংঙৰ।উচ্চ পৰ্যায়ৰ তদন্ত হ'ব দশমী দুৱৰাৰ ঘটনা সন্দৰ্ভত।ইতিমধ্যে IGP পৰ্যায়ত ঘটনা সন্দৰ্ভত হৈছে আলোচনা বুলি শনিবাৰে বিয়লি প্ৰায় ৪ বজাত সংবাদমেলত মন্তব্য গোলাঘাট জিলা আৰক্ষী অধীক্ষক ৰাজেন সিংঙৰ।দশমীৰ খুৰাক চবিন দুৱৰাই ঘটনা সন্দৰ্ভত দাখিল কৰা ৯৪/২০২৫ নম্বৰ গোচৰ হৈছে পঞ্জীয়ন।
Read More News
T & CPrivacy PolicyContact Us