Download Now Banner

This browser does not support the video element.

গুৱাহাটী: সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্কৰ বিষয়ে তদন্ত কাৰী গোটে প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন

Guwahati, Kamrup Metropolitan | Sep 10, 2025
সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্ভাব্য সম্পৰ্কৰ বিষয়ে বিশেষ তদন্ত কাৰী গোটে প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিবেদন। ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে প্ৰদান কৰে। লোকসেৱা ভৱনত এই প্ৰতিবেদন প্ৰদানৰ সময়ত বিশেষ তদন্তকাৰী গোটৰ সদস্যসকল ক্ৰমে মুন্না প্ৰসাদ গুপ্তা, ৰ’জী কলিতা, প্ৰণৱজ্যোতি গোস্বামী আৰু মৈত্ৰেয়ী ডেকা উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us