Download Now Banner

This browser does not support the video element.

বাক্সা: গাৰামদেউত বিটিচি নিৰ্বাচনৰ বাবে দিহিৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত

Baska, Baksa | Sep 18, 2025
বাক্সা জিলাৰ গাৰামদেউত আজি বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দিহিৰা সমষ্টিৰ প্ৰাৰ্থী মানস প্ৰতীম কলিতাৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। এই সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মাই। তেওঁ বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে বিজয়ী হ'লে সমস্যা সমাধান হ'ব বুলি মন্তব্য কৰে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু চন্দ্ৰ মোহন পাটোৱাৰী আদি উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us