Download Now Banner

This browser does not support the video element.

মাটিয়া: মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত জামবাৰীত ৰেলৰ খুন্দাত নিহত হিৰণ্য নাথ নামৰ এগৰাকী শিক্ষক

Matia, Goalpara | Aug 22, 2025
মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত জামবাৰীত ৰেলৰ খুন্দাত নিহত এজন লোক ৷ গোৱালপাৰা-কৃষ্ণাই ৰেলপথৰ জামবাৰীত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ৰেলপথৰ দাতিত ক্ষত-বিক্ষত অৱস্থাত পৰি থকা মৃতদেহটো উদ্ধাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷ নিহত লোকজন ডুবাপাৰাৰ হিৰন্য নাথ নামৰ এগৰাকী শিক্ষক বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷
Read More News
T & CPrivacy PolicyContact Us