Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: সদৰত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি সহ অন্যান্য নেতাক আদৰণী জনায় জিলা যুৱ কংগ্ৰেছৰ সদস্য সকলে

Bongaigaon Part, Bongaigaon | Sep 13, 2025
বঙাইগাঁও সদৰত যুৱ কংগ্ৰেছৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম আৰু অন্যান্য ৰাজ্যিক নেতা সকল আদৰণী জনায় জিলা যুৱ কংগ্ৰেছৰ সদস্য সকলে। লগতে ৰাজ্যিক সভাপতি গৰাকীৰ সৈতে মত বিনিময় কৰে জিলাৰ নেতা সকলে।
Read More News
T & CPrivacy PolicyContact Us