Download Now Banner

This browser does not support the video element.

তেজপুৰ: ঠেলামৰা কাটনীগাওঁ নিবাসী হাবুল শিল দেৱৰ মৃত্যুৰ খবৰ পাই তেখেতৰ বাসগৃহত উপস্থিত বিধায়ক গনেশ কুমাৰ লিম্বু

Tezpur, Sonitpur | Sep 10, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা কাটনীগাওঁ নিবাসী হাবুল শিল দেৱৰ মৃত্যুৰ খবৰ পাই বুধবাৰে সন্ধিয়া ৭ বজাত তেখেতৰ বাসগৃহত উপস্থিত হয় বিধায়ক গনেশ কুমাৰ লিম্বু ৷ বিধায়ক গনেশ কুমাৰ লিম্বু আজি প্ৰয়াত হাবুল শিলৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ পৰিয়াল বৰ্গক সাক্ষাৎ কৰি মৃতকৰ আত্মাৰ সদগতিৰ হকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় । আজি বিধায়ক গনেশ কুমাৰ লিম্বুৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলো উপস্থিত হয় প্ৰয়াত হাবুল শিলৰ ঘৰত ৷
Read More News
T & CPrivacy PolicyContact Us