Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: ২৬ আগষ্টৰ পৰা জিলাত 'কৃষি ৰাজহ আদালত' অনুষ্ঠিত হব ,ভূমি সম্পৰ্কীয় সমস্যা সমাধান কৰা হব,প্ৰেছ বাৰ্তা যোগে উল্লেখ প্ৰশাসনৰ
Jorhat West, Jorhat | Aug 25, 2025
২৬ আগষ্টৰ পৰা জিলাত 'কৃষি ৰাজহ আদালত' অনুষ্ঠিত হব। ভূমি সম্পৰ্কীয় সকলো সমস্যা সমাধান কৰা হব এই আদালতত । প্ৰেছ বাৰ্তা যোগে উল্লেখ প্ৰশাসনৰ । যোৰহাট জিলা কৃষি আৰু ৰাজহ বিভাগৰ এই পদক্ষেপ । যোৰহাট জিলা কৃষি আৰু ৰাজহ বিভাগৰ যৌথ উদ্যোগত ভূমিৰ নামজাৰি সম্পৰ্কীয় সমস্যাৰ তৎকালীন সমাধান হব উক্ত আদালতত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!