Download Now Banner

This browser does not support the video element.

বাঘবৰ: সাওৰাচৰা এম কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত দুই শিক্ষকৰ মাৰপিট, প্ৰতিপক্ষৰ আক্ৰমণত আহত দুই

Baghbor, Barpeta | Aug 23, 2025
সাওৰাচৰা এম কে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুই শিক্ষকৰ মাৰপিট। কাঞ্চু মিয়া আৰু খৰছেদ খান নামৰ দুই টিউটৰ শিক্ষকৰ মাজত হোৱা মাৰপিটত গুৰুত্বৰভাৱে আহত খৰছেদ খান। জানিব পৰা মতে সাধাৰণ কথাক কেন্দ্ৰ কৰি প্ৰথমে দুয়োৰে মাজত বাক বিতণ্ডাৰ সৃষ্টি হৈ পৰবৰ্তী সময়ত মাৰপিটৰ ঘটনা সংঘটিত হয়। ফলত প্ৰতিপক্ষৰ আক্ৰমত দুয়োজন আহত হয় ৷ এই দুই শিক্ষকৰ বাবে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে বুলি অধ্যক্ষ মুক্তাৰ আলী খানে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us