Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ডিমাকুচিত শংকৰদেৱ শিশু নিকেতনৰ শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

Udalguri, Udalguri | Aug 22, 2025
ইউনাইটেড ফাণ্ডৰ অধীনত ডিমাকুচি শংকৰদেৱ শিশু নিকেতন শ্ৰেণী কোঠা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰি উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ইপিনে উক্ত কাৰ্যসূচীত অধ্যক্ষ গৰাকীৰ সতে বিধায়কৰ প্ৰতিনিধি জৌছৰাং বড়ো, মণ্ডল সভাপতি ফটিক কচাৰী , বিজেপিৰ জেষ্ঠ নেতা নন্দৰাম বড়ো প্ৰমুখ্যে আমন্ত্ৰিত অতিথি,দলৰ কাৰ্য্যকৰ্তা, বিদ্যালয়ৰ কৰ্তীপক্ষ, ভিচিডিচিৰ অধ্যক্ষ আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us