Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ উদযোগত ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত শিক্ষক দিৱস উদ্‌যাপন,উক্ত অনুষ্ঠানত উপস্থিত হয় আয়ুক্ত

Dhekiajuli Part, Sonitpur | Sep 5, 2025
ঢেকীয়াজুলি লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আজি  দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শিক্ষক দিৱস ৷ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত আয়োজন কৰা শিক্ষক দিৱসৰ অনুষ্ঠানত আজি দিনৰ অনুমানিক ১১ বজাত উপস্থিত হয় ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা, আজি উক্ত শিক্ষক দিৱসৰ কাৰ্যসূচীত ড° সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জলন কৰে লক্ষ্মীনাথ বেজবৰুৱা একাডেমিৰ অধ্যক্ষ কাজল বৰায়৷
Read More News
T & CPrivacy PolicyContact Us