Download Now Banner

This browser does not support the video element.

গোলাঘাট: নেঘেৰীবিলত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি হাতী বন্ধাক লৈ ক্ষোভিত অসম চৰকাৰৰ মুখ্য সচিবৰ,বন বিষয়াক নিলম্বনৰ নিৰ্দেশ

Golaghat, Golaghat | Aug 24, 2025
নেঘেৰীবিলত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি তিৰপাল লগাই ঘৰ নিৰ্মাণ কৰি হাতী বন্ধাক লৈ ক্ষোভিত মুখ্য সচিব,বন বিষয়াক নিলম্বনৰ নিৰ্দেশ l উচ্ছেদস্থলিত পুনৰ টিৰপাল লগাই ঘৰ নিমাৰ্ণ কৰাক লৈ দেওবাৰে বিয়লি প্ৰায় ৫ বজাত কঠোৰ প্ৰশাসন। উচ্ছেদস্থলিত আইন উলংঘা কৰি বন্ধা ঘৰচীয়া হাতী জব্দ। নেঘেৰিবিল উচ্ছেদস্থলিত বন বিভাগৰ মুখ্য সচিব এম কে যাদৱৰ। মেৰাপানী খণ্ড বন বিষয়া সহ মেৰাপানী আঞ্চলিক বন বিষয়াক কৰ্মচাৰীক নিলম্বন কৰাৰ নিৰ্দেশ অসম চৰকাৰৰ মুখ্য সচিব গৰাকীৰ।
Read More News
T & CPrivacy PolicyContact Us