This browser does not support the video element.
বাক্সা: বাক্সাৰ বিভিন্ন স্থানত বি টি আৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ অংশগ্ৰহণ কৰে সভাত
Baska, Baksa | Sep 3, 2025
বাক্সাৰ বিভিন্ন স্থানত বি টি আৰ প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ অংশগ্ৰহণ কৰে সভাত । বিটিচি নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিটিআৰৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত বাকছা জিলাত একাধিক নিৰ্বাচনী বৈঠক অনুষ্ঠিত কৰি দলৰ প্ৰচাৰৰ গতি বৃদ্ধি কৰে।নেতা গৰাকীয়ে ছালবাৰীৰ বাথৌ মন্দিৰ কনফাৰেন্স হলত অনুষ্ঠিত দলীয় সভাত অংশগ্ৰহণ কৰি ছালবাৰী সমষ্টিৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। পিছত মথাংগুৰি সমষ্টিৰ অন্তৰ্গত বাগাপাৰাত