Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: নিসিমাত বিপিএফৰ সভা অনুষ্ঠিত, উপস্থিত নিসিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী

India | Sep 6, 2025
আজি চিৰাঙৰ নিসিমাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ বিপিএফৰ এক সভা অনুষ্ঠিত হয়, আজিৰ এই সভাত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ বিভিন্ন আলোচনা কৰা হয়,আজিৰ এই সভাত ১৬ নং নিসিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us