Install App
bdnews
This browser does not support the video element.
বৰপেটা: পাকা বেতবাৰী সমষ্টিৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোক সকলৰ স্বাস্থ্যৰ বুজ লয় বিধায়কে
Barpeta, Barpeta | Oct 9, 2025
বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত পাকা বেতবাৰী সমষ্টিৰ কেইবাগৰাকী ব্যক্তিয়ে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বৃহস্পতিবাৰে পাকা বেতবাৰী সমষ্টিৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোক সকলৰ স্বাস্থ্যৰ বুজ লয় সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ বিধায়ক গৰাকীয়ে সকলো কেইজন ৰোগীৰ দ্ৰুত আৰোগ্য কামনা কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!