Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: 'হাগ্ৰামা মহিলাৰীৰ দিনত সদায় হত্যা, হিংসা আৰু ভাতৃঘাতী সংঘৰ্ষ হৈছিল', গৰুভাষাত বিটিআৰ চীফ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া
India | Aug 12, 2025
মোক কটাক্ষ কৰি কথা কৈ যদি হাগ্ৰামা মহিলাৰীয়ে সন্তুষ্টি লাভ কৰে এইক্ষেত্ৰত মোৰ একো কবলগীয়া নাই।তেখেতৰ শাসনকালত বড়োলেণ্ডত কি হৈছিল,সদায় হত্যা,হিংসা আৰু দাদাগিৰি, ভাতৃঘাতী সংঘৰ্ষ,শীতল মস্তিষ্কৰে হত্যা আদি চলি আছিলে।সেই সময়তো আমি হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে যুজ দি আহিছো।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!