Install App
shivbhakti
This browser does not support the video element.
পলাশবাৰী: নিজৰ গাড়ী এজেঞ্চীত ভাড়াত দি বিপদত গাড়ীৰ মালিক, ৰূপম শইকীয়া নামৰ যুৱকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ, পলাশবাৰী থানাত এজাহাৰ
Palasbari, Kamrup | Aug 22, 2025
কম দামত গাড়ী কিনি এজেঞ্চীত ভাড়াত দি বিপদত গাড়ীৰ মালিক। ৰূপম শইকীয়া নামৰ যুৱকজনৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ। শুকুৰবাৰে পলাশবাৰীত সংবাদ মাধ্যমৰ আগত ভুক্তভোগীয়ে ক'লে এই কথা। পলাশবাৰী আৰক্ষী থানা ভৰি পৰিছে বিলাসী বাহনেৰে। এজেঞ্চীত ভাড়াত দিয়া গাড়ী আনক বিক্ৰী কৰাৰ অভিযোগ ৰূপম শইকীয়া নামৰ যুৱকজনৰ বিৰুদ্ধে। gps ট্ৰেক কৰি ৪ খন গাড়ী উদ্ধাৰ গৰাকীৰ। ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। ৰূপম শইকীয়াক বিচাৰি অভিযান অব্যাহত আৰক্ষীৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!