Download Now Banner

This browser does not support the video element.

ওদালগুৰি: কলাইগাঁওত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে সহস্ৰাধিক মহিলাই একেলগে আখৰা কৰিলে মায়াবিনী গীতটো

Udalguri, Udalguri | Oct 9, 2025
সমাগত ২৯ অক্টোবৰত কলাইগাওঁত জনতাৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি ৰাজহুৱাকৈ অনুষ্ঠিত কৰা হ'ব। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সতে সংগতি ৰাখি ৫ হাজাৰ মহিলাই একেলগে মায়াবিনী গীতটো পৰিবেশন কৰিব। সেয়ে অনুষ্ঠানত গীতটি সুন্দৰ ভাবে পৰিবেশ কৰিবৰ বাবে আজি সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত সহস্ৰাধিক মহিলাই গীতটিৰ আখৰা কৰে। ইপিনে গীতটো বাবে প্ৰশিক্ষণ দিয়ে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী হীৰক চানে।
Read More News
T & CPrivacy PolicyContact Us