Download Now Banner

This browser does not support the video element.

চেঙা: অসম ক্ৰিকেট সন্থাৰ নৱ নিৰ্বাচিত সম্পাদক সনাতন দাসক গৰেমাৰীত বিপুল আদৰণি ক্ৰীড়া সংগঠন সমূহৰ

Chenga, Barpeta | Oct 12, 2025
অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নিৰ্বাচিত হৈ বৰপেটা জিলালৈ সুনাম কঢ়িয়াই আনিছে জ্যেষ্ঠ ক্ৰীড়া সংগঠক সনাতন দাসে । অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নিৰ্বাচিত হোৱাৰ পাছত ৰবিবাৰে গুৱাহাটীৰ পৰা বৰপেটালৈ অহাৰ সময়ত বৰপেটা জিলাৰ গৰেমাৰী চক-বজাৰত সনাতন দাসক বিপুলভাৱে আদৰণি জনায় ক্ৰীড়া সংগঠনসমূহে । অসম ক্ৰিকেট সন্থাৰ সম্পাদক পদত নিৰ্বাচিত হৈ সুখ অনুভৱ কৰা বুলি মন্তব্য কৰাৰ লগতে ১৯৯৬ চনৰ পৰা অসম ক্ৰিকেট সন্থাৰ লগত জড়িত হৈ থকা বুলি উল্লেখ কৰে সনাতন দাসে।
Read More News
T & CPrivacy PolicyContact Us