Download Now Banner

This browser does not support the video element.

ওদালগুৰি: চহৰৰ মাজেৰে পদযাত্ৰা কৰি ইউপিপিএলত প্ৰাৰ্থী নিলোৎ স্বৰ্গীয়াৰিয়ে মনোনয়ন পত্ৰ দাখিল কৰে জিলা আয়ুক্ত পুলক পাটগিৰিক

Udalguri, Udalguri | Sep 1, 2025
বিবিচিৰ পৰিষদীয় নিৰ্বাচন সমাগত ২২ চেপ্তেম্বৰত অনুষ্ঠিত হব। ইতিমধ্যে দল সমুহে প্ৰাৰ্থীৰ তালিকা ঘোষনা কৰিছে। আনহাতে ১ আৰু ২ চেপ্তেম্বৰলৈ মনোনয়ৰ সময় সীমা নিৰ্ধাৰণ কৰি দিয়া হয়। সেয়ে জিলা খনৰ ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নিলোৎ স্বৰ্গীয়াৰিয়ে চহৰত পদযাত্ৰা কৰি জিলা আয়ুক্ত পুলক পাটগিৰিক আনুষ্ঠানিক ভাৱে মনোনয়ন পত্ৰ দাখিল কৰে।
Read More News
T & CPrivacy PolicyContact Us