Install App
jerina7
This browser does not support the video element.
পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত "জোঁৰ সমদল"
Dibrugarh East, Dibrugarh | Sep 26, 2025
শুকুৰবাৰে নিশা প্ৰায় ৯ মান বজাত ডিব্ৰুগড়ত ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক জনগোষ্ঠীৰ কেউটা সংগঠন আৰু মটক ৰাইজৰ সহযোগত মটক জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত "জোঁৰ সমদল" কাৰ্যসূচী ৰূপায়ণ । মুখ্যমন্ত্ৰীৰ আলোচনাৰ প্ৰস্তাৱক নস্যাৎ কৰি মটক জনগোষ্ঠীটোৱে জোঁৰ সমদল উলিয়াই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!