Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈ নাজিৰাটিং তামুলী বন গাৱত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু

Margherita, Tinsukia | Sep 12, 2025
শুকুৰবাৰে বিয়লি প্ৰায় ৫ মান বজাত ডিগবৈ নাজিৰাটিং তামুলী বন গাৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ ঘটনা সংঘটিত । মৃত্যু হোৱা লোকজনৰ নাম মতেশ্বৰ মৰাণ। বনাঞ্চলৰ পৰা ওলাই আহি লোকজনৰ বাৰীতে আছিল হাতীৰ এটা জাক। হাতীৰ জাকটোৰ আক্ৰমণ কৰাত লোকজনৰ মৃত্যু হয় । ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত ।
Read More News
T & CPrivacy PolicyContact Us