This browser does not support the video element.
পশ্চিম যোৰহাট: শ্ৰীমন্ত শংকৰ মন্দিৰৰ শতবৰ্ষ উদযাপন সন্দৰ্ভত আজি নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হয় সংবাদ মেল
Jorhat West, Jorhat | Sep 2, 2025
শ্ৰীমন্ত শংকৰ মন্দিৰৰ শতবৰ্ষ উদযাপন সন্দৰ্ভত আজি নামঘৰৰ প্ৰাংগনত অনুষ্ঠিত হয় সংবাদ মেল। ১৯২৬ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰ মন্দিৰত ৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব শতবৰ্ষ অনুষ্ঠান। বছৰ জুৰি অনুষ্ঠিত হব বিভিন্ন ধাৰ্মিক কাৰ্যসূচী।৯ ছেপ্তেম্বৰত প্ৰতিষ্ঠা দিৱসৰ লগতে গুৰুজনাৰ ৫৭৭ তম জন্মোৎসৱ উদযাপন কৰিব। প্ৰতিষ্ঠা দিৱসৰ দিনা পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হব শতবৰ্ষ।