ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত অনুষ্ঠিত কৰা শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি মহাযজ্ঞ সমূহ কাৰ্যসূচীৰ সফল সামৰণি পৰিল ৷ উল্লেখ্য যে শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি দিৱস উপলক্ষে ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী শনি মন্দিৰত অনুষ্ঠিত কৰা হৈছিল শ্ৰীশ্ৰী শনি মহাৰাজৰ শক্তি মহাযজ্ঞ ৷ শনি মহাৰাজৰ শক্তি মহাযজ্ঞৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অজস্ৰ ভক্ত ৷এক উদুলিমুদুলি পৰিবেশৰ মাজেৰে সামৰণি কৰিপ শক্তি মহাযজ্ঞ ৷