Download Now Banner

This browser does not support the video element.

বৰপেটা: কয়াকুছি পথাৰৰ মুন্তাজ আলীৰ হত্যাকাণ্ডৰে জড়িত দুজনক কুৰিহা গাঁৱৰ পৰা আটক কৰে কয়াকুছি আৰক্ষীয়ে

Barpeta, Barpeta | Sep 2, 2025
কয়াকুছি পথাৰৰ মুন্তাজ আলীৰ হত্যাকাণ্ডৰে জড়িত দুজনক মঙলবাৰে আটক কৰে কয়াকুছি আৰক্ষীয়ে । ৰবিবাৰে কয়াকুছি পথাৰত দিন দুপৰতে মুন্তাজ আলী নামৰ এগৰাকী লোকক হত্যা কৰিছিল। আৰক্ষীয়ে আটক কৰা মুন্তাজ আলীৰ হত্যাকাণ্ডৰে জড়িত যুৱক দুজন হৈছে কয়াকুছিৰ কুৰিহা গাঁৱৰ নুৰজামাল আলী আৰু জিয়াৰুল হক । হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ৪৮ ঘন্টাৰ ভিতৰতে কয়াকুছি আৰক্ষীয়ে আটক কৰে দুই অভিযুক্তক। আনহাতে হত্যাকাৰীৰ ফাঁচীৰ দাবীৰে প্ৰতিবাদ জনায় ৰাইজে ।
Read More News
T & CPrivacy PolicyContact Us