This browser does not support the video element.
বৰপেটা: জিলা পুথিভৰাল বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৰচনা কৰা বিহংগম দৃষ্টিত ড০ ভূপেন হাজৰিকা নামৰ বিশেষ গ্ৰন্থ উন্মোচন
Barpeta, Barpeta | Sep 8, 2025
বৰপেটা চহৰত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ফিল্ম ছোচাইটিৰ উদ্যোগত জিলা পুথিভৰাল প্ৰাংগনত পালন কৰা হয়। এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৰচনা কৰা " বিহংগম দৃষ্টিত ড০ ভূপেন হাজৰিকা" নামৰ এখন বিশেষ গ্ৰন্থ উন্মোচন কৰা হয়।গ্ৰন্থখন উন্মোচন কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে। গ্ৰন্থখনৰ লিখক মিশ্ৰই কয় যে যিবোৰ দিশত ড০ ভূপেন হজৰিকাৰ চৰ্চা সাধাৰণতে কৰা নহয় তেনেবোৰ বিষয় গ্ৰন্থখনত দাঙি ধৰিব বিচৰা হৈছে।