Download Now Banner

This browser does not support the video element.

তিতাবৰ: তিতাবৰত বন্যহস্তীৰ উপদ্ৰৱ ভাঙিছে ঘৰ,নষ্ট কৰিছে বিঘাই বিঘাই কৃষিভূমি,উজাগৰী নিশা কটাইছে কেইবাখনো গাঁৱৰ ৰাইজে #jansamasya

Titabor, Jorhat | Oct 6, 2025
এতিয়া উজাগৰী নিশা কটাইছে তিতাবৰৰ কেইবাখনো গাঁৱৰ ৰাইজে । ধোদৰ আলিত মুকলি বিচৰণ প্ৰায় ৭০ জনীয়া বন্যহস্তীৰ এটা বৃহৎ জাকৰ। বন্যহস্তীৰ আতংকত ৰাজপথলৈ ওলাই আহিছে ৰাইজ । আতংকিত হৈ আছে ৰাইজ । খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ বৃহৎ দলটোৱে ক্ষতিগ্ৰস্ত কৰি আহিছে তিতাবৰৰ ৰাইজক । দীৰ্ঘদিন ধৰি ৰাইজৰ ঘৰ বাৰী ভাঙি তহিলং কৰিছে হাতীয়ে।
Read More News
T & CPrivacy PolicyContact Us