This browser does not support the video element.
শিৱসাগৰ: সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত সুধা কন্ঠৰ জন্ম জয়ন্তী উদযাপন
Sibsagar, Sivasagar | Sep 8, 2025
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শিৱসাগৰতো জিলা প্ৰশাসনৰ উদ্যোগত সুধা কন্ঠৰ জন্ম জয়ন্তী উদযাপন । এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত আয়ুস গৰ্গে । ইয়াৰোপৰি ঐতিহাসিক বৰপুখুৰীৰ পাৰত ছাউণ্ড চিষ্টেমৰ শুভাৰম্ভ কৰা হয় সুধা কন্ঠৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ।