This browser does not support the video element.
পশ্চিম যোৰহাট: কৃত্ৰিম বানৰ কবলত যোৰহাটৰ কেইবাখনো বিদ্যালয় , জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় , JMCH, হাহাকাৰ অৱস্থা ৰাইজৰ #jansamasya
Jorhat West, Jorhat | Sep 5, 2025
কৃত্ৰিম বানৰ কবলত যোৰহাটৰ কেইবাখনো বিদ্যালয় , জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় , JMCH । হাহাকাৰ অৱস্থা ৰাইজৰ ।নেৰানেপেৰা বৰষুণৰ ফলত যোৰহাটত পুনৰ সৃষ্টি হয় কৃত্ৰিম বান । কৃত্ৰিম বানৰ কবলত নগৰৰ ভিন্ন স্থান। যোৰহাট বাল্য ভৱন , বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয় , জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় , ৰজামৈদাম , চোলাধৰা , তৰাজানত কৃত্ৰিম বান ।