Download Now Banner

This browser does not support the video element.

মাটিয়া: চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাইত বন বিভাগে অভিযান চলাই ভেল্টাঘাটত অৰ্ধলক্ষাধিক টকাৰ চেগুন কাঠ জব্দ কৰে

Matia, Goalpara | Sep 7, 2025
চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কৃষ্ণাইত বন বিভাগৰ অভিযান ৷ এই অভিযানত কৃষ্ণাইৰ ভেল্টাঘাট অঞ্চলৰ পৰা প্ৰায় অৰ্ধ লক্ষাধিক মূল্যৰ চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে ৷ জানিবপৰা মতে, এক গোপন সূত্ৰৰ পম খেদি নিশা কৃষ্ণাই মধ্য আঞ্চলিক বন বিভাগে কৃষ্ণাইৰ ভেল্টাঘাট অঞ্চলৰ পৰা চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ অসম-মেঘালয় সীমান্তৰ ডামাচ ৰ পৰা চেগুন কাঠখিনি চোৰাং ব্যৱসায়ীয়ে কৃষ্ণাইৰ ভেল্টাঘাট অঞ্চলত মজুত কৰি ৰাখিছিল ৷
Read More News
T & CPrivacy PolicyContact Us