This browser does not support the video element.
নগাঁও: সদৰ থানাত শ্যাম কানুৰ বিৰুদ্ধে প্ৰথম টো এজাহাৰ দাখিল নাগৰিক সভাৰ
Nagaon, Nagaon | Sep 20, 2025
নগাঁও জিলাত শ্যাম কানুৰ বিৰুদ্ধে প্ৰথম টো এজাহাৰ দাখিল কৰা হৈছে।নগাঁও সদৰ থানাত নাগৰিক সভাই এই এজাহাৰ দাখিল কৰে।গোটেই এজাহাৰটো ৰাজহুৱা সাক্ষৰ গ্ৰহণৰে দাখিল কৰা হয়।এই পদক্ষেপ মাত্ৰ ব্যক্তিগত নহয়, গোটেই সমাজৰ স্বার্থ