Install App
bongaigaon_khobor
This browser does not support the video element.
বঙাইগাঁও ভাগ: ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত,উপস্থিত থাকে বিধায়ক প্ৰদীপ সৰকাৰ
Bongaigaon Part, Bongaigaon | Aug 23, 2025
বঙাইগাঁও ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। আজিৰ এই সভাত উপস্থিত থাকে বিধায়ক প্ৰদীপ সৰকাৰ সহ কংগ্ৰেছ দলৰ অন্যান্য নেতা কৰ্মী সকল। আজিৰ সভাত বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনা কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!