Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: বৰবৰুৱা আৰক্ষী থানাত দুই যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে, আৰক্ষী অধীক্ষকক অভিযোগ দাখিল পৰিয়াল
Dibrugarh East, Dibrugarh | Aug 23, 2025
ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা ঘৰৰ পৰা উঠাই নি দুই ভাতৃক গুৰুলা-গুৰুলাকৈ প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াই। ১৭ আগষ্টত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত পোহৰলৈ অহাৰ পাছতে আজি শনিবাৰে বিয়লি ৪ বজাত সদৰত অভিযোগ উত্থাপিত কৰে বিশিষ্ট শিক্ষাবিদ তথা ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ড° দয়ানন্দ বৰগোহাঁইয়ে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!