Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈত হবলগীয়া প্ৰধান মন্ত্ৰী জনসভাস্হলী পৰিদৰ্শন কৰে মন্ত্ৰী কেশব মহন্তই

Mangaldoi Part, Darrang | Sep 12, 2025
অহা ১৪ ছেপ্টেম্বৰত মঙ্গলদৈত উপস্থিত হয় এখন সভা সভাত ভাগ লব ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে আধাৰ শিলা কৰিব দৰং মেডিকেল কলেজ। শুকুৰবাৰে আবেলি তিনি মান বজাত মঙলদৈত উপস্থিত হয় প্ৰধানমন্ত্ৰীৰ জন সভা স্হান পৰিদৰ্শন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই।
Read More News
T & CPrivacy PolicyContact Us